Posts

বেদজ্ঞ পণ্ডিত, কবি, সাহিত্যিক প্ৰয়াত মহেন্দ্ৰ নাথ শৰ্মাৰ চমু জীৱনপঞ্জী

Image
পিতৃ :   দুনী স্মৃতিৰ লেখক প্ৰয়াত চেণীৰাম দেৱ শৰ্মা ভট্টাচাৰ্য্য মাতৃ :   স্বৰ্গীয়া প্ৰেমেশ্বৰী দেৱী জন্ম :   ১৯৫০ চনৰ ২৪ জানুৱাৰী অৱসৰ :   ২০১৫ চনৰ ২৮ ফেব্ৰুৱাৰী মৃত্যু :   ২০২৪ চনৰ   ২৬ জানুৱাৰী শিক্ষা :   দুনী উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া জীৱন অতিবাহিত হয় ৷ ইং ১৯৭৪ চনত প্ৰাগজ্যোতিষ সংস্কৃত বিদ্যাপীঠৰ পৰা ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে ৷ ইং ১৯৭৬ চনত কাব্য শাস্ত্ৰী উপাধি লাভ কৰে ৷ ইং ১৯৮০ চনত অসম চৰকাৰী সংস্কৃত মহাবিদ্যালয় (বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ মহাবিদ্যালয়)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ কৰ্মক্ষেত্ৰ : বৰমপুৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে তাৰপিছত  ব্যাসপাৰাৰ সেৱক হাইস্কুলত আৰু শেহত ১৯৮৩ চনৰ পৰা ২০১৫ চনলৈ সুদিৰ্ঘ ৩২ বছৰ কাল বুঢ়া হাইস্কুল (বৰ্তমান বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ)ত কাম কৰাৰ পিছত চাকৰি জীৱনৰ পৰা অৱসৰ লয়৷ বিবাহ :   নামখলাৰ পানাৰা গাৱৰ   স্বৰ্গীয় থানেশ্বৰ শৰ্মা আৰু   স্বৰ্গীয়া লাৱণ্য দেৱীৰ কণিষ্ঠা কন্যা শ্ৰী প্ৰীতিলতা দেৱীৰ সৈতে   ১৯৮৪ চনৰ ১১ মেত   বিবাহ ৷ ৰাজহুৱা কৰ্ম জীৱন:  ...

কোকিল

হৰ গৌৰী মিলন

আশুতোষ ভোলা মহেশ্বৰ